ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Naxalites Surrendered I মূৰৰ মূল্য ৩২ লাখ টকা চাৰি মাওবাদী কমাণ্ডাৰৰ আত্মসমর্পণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 15, 2025
Reading Time: 1 min read
A A
0
ব্ৰেকিং : মহাৰাষ্ট্রৰ গড়চিৰৌলিত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত নিহত ২৬ মাওবাদী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া অভিযানত মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ত মাওবাদী গেৰিলাসকলৰ নিধনযজ্ঞ অব্যাহত আছে। একে সময়তে আত্মসমৰ্পণৰ প্ৰৱণতাও বৃদ্ধি পাইছে। এইবাৰ ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলৰ মূৰৰ মূল্য ৩২ লাখ টকা ঘোষিত হৈ থকা চাৰিজন মাওবাদী নেতাই (Naxalites) আত্মসমৰ্পণ কৰিছে।

Naxalites Surrendered I
মূৰৰ মূল্য ৩২ লাখ টকা চাৰি মাওবাদী কমাণ্ডাৰৰ আত্মসমর্পণ:

সংবাদ সংস্থা পিটিআয়ে জনোৱা অনুসৰি, বুধবাৰে নাৰায়ণপুৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰৰ উপস্থিতিত আত্মসমৰ্পণ কৰা চাৰিজন মাওবাদী কমাণ্ডাৰৰ ভিতৰত এহাল দম্পতীও আছে। চাৰিওজনৰ বিৰুদ্ধে হত্যা আৰু ধ্বংসযজ্ঞকে ধৰি 40 টাতকৈও অধিক গুৰুতৰ অপৰাধমূলক গোচৰ আছে।

অৱশ্যে এই সফলতা যুটীয়া বাহিনীৰ অভিযানত নহয়, ছত্তীশগড় ‘নিয়া নাৰ নিয়া আৰক্ষী’ (আমাৰ গাওঁ, আমাৰ আৰক্ষী) অভিযানৰ সফলতা বুলি প্ৰভাতে কয়। তেওঁ কয়, “নিষিদ্ধ চিপিআই (মাওবাদী) সশস্ত্ৰ শাখা পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মী)ৰ বস্তাৰ সংমণ্ডলত সক্ৰিয় আৰু কেইজনমান নেতাই আমাৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ভৱিষ্যতে মূলসুঁতিলৈ উভতি আহিব।”

আত্মসমৰ্পণকাৰী গান্ধী তাঁতী ওৰফে আৰৱ ওৰফে কমলেশ (৩৫) আৰু মাইনু ওৰফে হেমলাল কোৰাম (৩৫) মাওবাদীৰ বস্তাৰ সংমণ্ডলীয় সমিতিৰ সদস্য বুলি আৰক্ষীয়ে জনায়। ২০১০ চনত দান্তেৱাড়া জিলাত (বৰ্তমান সুকমা) যুটীয়া বাহিনীৰ ওপৰত হোৱা আক্ৰমণত ৭৬ জন জোৱান নিহত হোৱা মাওবাদী সন্ত্ৰাসত কমলেশ জড়িত আছিল।

হেমলাল চিপিআই (মাওবাদী)ৰ আমদাই এলেকা সমিতিৰ সম্পাদক। আন দুজন মাওবাদী গেৰিলা হৈছে ৰঞ্জিত লেকামি ওৰফে অৰ্জুন (৩০) আৰু তেওঁৰ পত্নী কোচি ওৰফে কাজল। ছত্তীশগড় আৰক্ষীয়ে বুধবাৰে কয় যে যোৱা বছৰ বস্তাৰ সংমণ্ডলৰ সাতখন জিলাত মুঠ ৭৯২ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: মাওবাদী কমাণ্ডাৰৰ আত্মসমর্পণমূৰৰ মূল্য ৩২ লাখ টকা চাৰি
Share4Tweet3Send

Related Posts

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

by Staff Reporter
February 9, 2026
50
Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী
National-International

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

by News Desk
February 7, 2026
53
US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ
National-International

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

by News Desk
February 7, 2026
54
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
February 7, 2026
50
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

Delhi crime । বছৰৰ প্ৰথম মাহটোত ৰাজধানীত ৫ শতাধিক মহিলা নিৰুদ্দেশৰ তথ্য নস্যাৎ দিল্লী আৰক্ষীৰ

by Staff Reporter
February 7, 2026
50
Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ
National-International

Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ

by Staff Reporter
February 7, 2026
51
ADVERTISEMENT
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11473) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d