ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Attack on Dalit youth : ঘোঁৰাত উঠি বিয়া পাতিবলৈ যোৱাৰ বাবেই দলিত যুৱকৰ বৰযাত্ৰীক আক্ৰমণ, আহত কেইবাজনো

নিউজ ডেস্কঃ

News Desk by News Desk
December 12, 2024
Reading Time: 1 min read
A A
0
Attack on Dalit youth : ঘোঁৰাত উঠি বিয়া পাতিবলৈ যোৱাৰ বাবেই দলিত যুৱকৰ বৰযাত্ৰীক আক্ৰমণ, আহত কেইবাজনো

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

এজন দলিত যুৱকে (Dalit youth) এখন গাঁৱত ঘোঁৰাত উঠি বিয়া পাতিবলৈ যোৱাৰ (Riding a horse and going to get married) বাবেই বৰযাত্ৰীক হাৰাশাস্তি (Harassment) কৰে উচ্চ বৰ্ণৰ লোকসকলে (Upper caste people)। মাৰপিট কৰাৰো অভিযোগ। এই ঘটনাত কেইবাজনো লোক আহত (Several people were injured) হয়।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দামোহ জিলা (Damoh district of Madhya Pradesh)ত। আত্মীয়ৰ সিদ্ধান্তমৰ্মে দলিত যুৱকজনে ঘোঁৰাত উঠি বিয়া কৰাবলৈ যায়। কিন্তু উচ্চবৰ্ণৰ ওচৰ-চুবুৰীয়াৰ একাংশ যুৱকে ইয়াত আপত্তি কৰে। কিন্তু ঘোঁৰাত উঠি দৰা কইনা ঘৰত উপস্থিত হয় যদিও বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে অঞ্চলটোত উত্তেজনা বিয়পি পৰে।

MP 1 | ASSAM TIMES POST
মধ্যপ্ৰদেশৰ দামোহ জিলাত ঘোঁৰাত উঠি বিয়া পাতিবলৈ যোৱাৰ বাবেই দলিত যুৱকৰ বৰযাত্ৰীক আক্ৰমণ

দৰা-কইনা বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত এদল যুৱকে তেওঁলোকক আক্ৰমণ কৰে। সেই সময়ত দলিত যুৱকৰ একাংশৰ লগতে ঘোঁৰাগাড়ীৰ চালককো তীব্ৰ প্ৰহাৰ কৰে। আনকি নিৰীহ ঘোঁৰাটোৰ ওপৰতো চলে নিৰ্যাতন।

বৰযাত্ৰীয়ে জানিবলৈ দিয়া মতে, এদল যুৱকে ঘোঁৰাগাড়ীখনো ভাঙি লণ্ড-ভণ্ড কৰে। দুজনমানে আকৌ মূৰত বন্দুক লগাই পইচা আৰু গহনা কাঢ়ি পলাই যোৱাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে বৰযাত্ৰীয়ে থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AttackonDalitYouthদলিতবৰযাত্ৰীকআক্ৰমণ
Share4Tweet3Send

Related Posts

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

by Staff Reporter
November 19, 2025
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

by Staff Reporter
November 19, 2025
50
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

by Staff Reporter
November 19, 2025
50
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025
50
World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
National-International

World Boxing Cup Finals 2025:  বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13847) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10911) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d