ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Priest suicide I ২৪ ঘণ্টাৰ তপস্যাৰ অন্ততেওঁ দেখা নিদিলে মা কালীয়ে, বাৰাণসীৰ পুৰোহিতৰ আত্মহত্যা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2024
Reading Time: 1 min read
A A
0
Priest suicide I ২৪ ঘণ্টাৰ তপস্যাৰ অন্ততেওঁ দেখা নিদিলে মা কালীয়ে, বাৰাণসীৰ পুৰোহিতৰ আত্মহত্যা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি

বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য

২৪ ঘণ্টা ধৰি এটা বন্ধ কোঠাত ‘তপস্যা’ কৰিছিল মা দৰ্শনৰ বাবে। কিন্তু তেওঁ দৰ্শন পোৱা নাছিল। যাৰ বাবে বাৰাণসীৰ এজন পুৰোহিতে (Varanasi Priest Sucide) ডিঙিত ছুৰীৰে ৰেপি আত্মহত্যা কৰে। অৱশ্যে তেওঁক উদ্ধাৰ কৰি এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

Priest suicide I
বাৰাণসীৰ পুৰোহিতৰ আত্মহত্যা:

পুৰোহিতজনক অমিত শৰ্মা (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ এটা ভাড়াঘৰত বাস কৰিছিল। দেওবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় সূত্ৰ অনুসৰি, যুৱকজন মা কালীৰ ভক্ত আছিল। তেওঁ প্ৰায়ে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল। আৰক্ষীয়ে বুধবাৰে তেওঁৰ আত্মহত্যাৰ কথা প্ৰকাশ কৰে।

বাৰাণসীৰ এচিপি ঈশান চোনীয়ে কয়, “যুৱকজন মা কালীক দৰ্শন কৰিবলৈ সংকল্পবদ্ধ আছিল। কিন্তু তেওঁ দৰ্শন নাপাই আত্মহত্যা কৰে। তেওঁ নিজৰ ডিঙি কাটি আত্মহত্যা কৰে। তেওঁক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাত মৃত্যুবৰণ কৰে।

আনহাতে, ঘৰৰ মালিকে কয় যে তেওঁ যোৱা সাত বছৰ ধৰি ভাড়াত ঘৰটোত বাস কৰি আছিল। তেওঁ গোটেই দিনটো প্ৰাৰ্থনা কৰিছিল। কেতিয়াবা তেওঁ তীৰ্থযাত্ৰালৈ গৈছিল। কোনেও ভবা নাছিল যে তেওঁ এনেকুৱা কাম কৰিব।

স্থানীয় সূত্ৰ অনুসৰি, যুৱকজনে শনিবাৰে নিশা তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু দুৱাৰখন বন্ধ কৰিছিল। মা কালীৰ উপাসনা ভিতৰৰ পৰা কৰিছিল। তেওঁক দৰ্শনৰ বাবে দিনে-ৰাতিয়ে ‘তপস্যা’ কৰে। ২৪ ঘণ্টা ধৰি, তেওঁ মাত্ৰ ‘মা কালী, দৰ্শন দে’ বুলি কৈ আছিল। কিন্তু তেওঁৰ আশা পূৰণ হোৱা নাছিল।

ইফালে যুৱকজনে মা কালীৰ দৰ্শন নাপাই হতাশ হৈ আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ২৪ ঘণ্টাৰ তপস্যাৰঅন্ততেওঁ দেখা নিদিলে মা কালীয়েবাৰাণসীৰ পুৰোহিতৰ আত্মহত্যা
Share4Tweet3Send

Related Posts

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

by News Desk
February 17, 2026
51
দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি
National-International

দেশত নিবনুৱাৰ হাৰ ৫ শতাংশ বৃদ্ধি

by Staff Reporter
February 17, 2026
54
বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য
National-International

বিদায়ী ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ভাৰতৰ বিৰুদ্ধে ব্যঙ্গাত্মক মন্তব্য

by Staff Reporter
February 17, 2026
50
Terrorist attack in JK I জম্মু সীমান্তত পুনৰ পাকিস্তানৰ গোলাবৰ্ষণ, ২ বিএছএফ জোৱানকে ধৰি তিনিজন আহত ৩
National-International

বালুচৰ হাতত আটক ৭ পাক সেনা I  শ্বাহবাজ প্ৰশাসনক বন্দী বিনিময়ৰ বাবে সাত দিনৰ সময়

by Staff Reporter
February 17, 2026
54
তিনিদিনীয়া ভ্ৰমণ সূচীলৈ মুম্বাইত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি
National-International

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ মুম্বাইত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

by Staff Reporter
February 17, 2026
50
Karnataka MLA case । নিৰ্বাচনী শপতনামাত সম্পত্তিৰ ভুৱা তথ্য, অযোগ্য ঘোষণা এজন কংগ্ৰেছ বিধায়কক
National-International

Karnataka MLA case । নিৰ্বাচনী শপতনামাত সম্পত্তিৰ ভুৱা তথ্য, অযোগ্য ঘোষণা এজন কংগ্ৰেছ বিধায়কক

by Staff Reporter
February 17, 2026
50
ADVERTISEMENT
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
53
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে
Sports News

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
51
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
Assam

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026
51
France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

February 17, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026

Categories

ALL NEWS (17418) Artificial Intelligence (3) Assam (13932) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3549) Lifestyle (24) literature (16) National-International (11534) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (509) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d