ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Journalist killed in UP : উত্তৰ প্ৰদেশত সাংবাদিকক হত্যাৰ অভিযোগ, পলাতক দোষী

নিউজ ডেস্কঃ

News Desk by News Desk
October 31, 2024
Reading Time: 1 min read
A A
0
Journalist killed in UP : উত্তৰ প্ৰদেশত সাংবাদিকক হত্যাৰ অভিযোগ, পলাতক দোষী

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

উত্তৰ প্ৰদেশত এজন সাংবাদিকক হত্যা (Journalist killed in Uttar Pradesh)ৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে নিশা ঘৰত প্ৰৱেশ কৰি এজন সাংবাদিকক ঘপিয়াই হত্যা (Journalist stabbed to death) কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত আছিল সাংবাদিকগৰাকীৰ বন্ধু তথা বিজেপিৰ সংখ্যালঘু কোষৰ নেতা। তেৱোঁ আহত হয়।

মৃত সাংবাদিকগৰাকীৰ নাম দিলীপ ছাইনী (৩৮) (Dilip Saini)। উত্তৰ প্ৰদেশৰ ফটেপুৰ জিলাৰ বাসিন্দা আছিল তেওঁ। বুধবাৰে নিশা তেওঁ আৰু বন্ধুৱে বিজেপি নেতাগৰাকীৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি আছিল। হঠাৎ ছাইনীলৈ এটা ফোন আহে। ইয়াৰ পিছতে দুৱাৰখন খুলি ওলাই যাব খোজাৰ লগে লগেই তেওঁক আক্ৰমণ কৰা হয়। অভিযোগ অনুসৰি, দুষ্কৃতিকাৰীয়ে তেওঁৰ ঘৰত সোমাই ঘপিয়াই হত্যা কৰে। গুলীচালনাৰ অভিযোগো উত্থাপন হৈছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীৰ অনুমান যে আক্ৰমণকাৰী ইতিমধ্যে সাংবাদিকজনৰ চিনাকি। আৰক্ষীৰ মতে এই হত্যাকাণ্ড কোনো কাজিয়া বা শত্ৰুতাৰ বাবেই হৈছে।

up | ASSAM TIMES POST
উত্তৰ প্ৰদেশত সাংবাদিকক হত্যাৰ অভিযোগ, পলাতক দোষী

ঘটনাৰ সময়ত সাংবাদিকগৰাকীৰ সৈতে তেওঁৰ বন্ধু তথা স্থানীয় বিজেপি নেতা শ্বাহিদ খান উপস্থিত আছিল। আক্ৰমণকাৰীক বাধা দিবলৈ চেষ্টা কৰি তেৱোঁ আহত হয়। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁ কয়, “ঘৰত প্ৰৱেশ কৰিয়েই আক্ৰমণকাৰীয়ে ছাইনীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। বাধা দিবলৈ চেষ্টা কৰাত মোকো আঘাত কৰে।”

ঘটনাৰ পিছতে দুয়োজনকে চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই ছাইনীৰ মৃত্যু হয়। আনহাতে, চিকিৎসাধীন হৈ আছে বিজেপি নেতাগৰাকী।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Journalistkilledসাংবাদিককহত্যা
Share4Tweet3Send

Related Posts

মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

by Staff Reporter
July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

by Staff Reporter
July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

by Staff Reporter
July 11, 2025
50
Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ
National-International

Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ

by Staff Reporter
July 11, 2025
50
Flight clash in air I একে সময়তে অৱতৰণৰ চেষ্টাত মাজ আকাশত দুখন বিমানৰ সংঘৰ্ষ, নিহত কেৰালাৰ পাইলট-ছাত্ৰ
National-International

Flight clash in air I একে সময়তে অৱতৰণৰ চেষ্টাত মাজ আকাশত দুখন বিমানৰ সংঘৰ্ষ, নিহত কেৰালাৰ পাইলট-ছাত্ৰ

by Staff Reporter
July 10, 2025
52
প্ৰেমত প্ৰত্যাখ্যান, ছুৰীৰে আক্ৰমণ যুৱতীসহ পৰিয়ালৰ লোকক:
National-International

Student killed teacher I চুলি নকটাৰ বাবে দোষ ধৰিছিল প্ৰধান শিক্ষকে, খখঙতে ঘপিয়াই হত্যা

by Staff Reporter
July 10, 2025
54
ADVERTISEMENT
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025
50
Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ
National-International

Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ

July 11, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13694) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3412) Lifestyle (24) literature (16) National-International (10296) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d