ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Himachal Cloudburst : ৰুষ্ট প্ৰকৃতিৰ এইবাৰ হিমাচলত ৰুদ্ৰৰূপ, ডাৱৰ বিস্ফোৰণত নিহত ২

নিউজ ডেস্কঃ

News Desk by News Desk
August 1, 2024
Reading Time: 1 min read
A A
0
Himachal Cloudburst : ৰুষ্ট প্ৰকৃতিৰ এইবাৰ হিমাচলত ৰুদ্ৰৰূপ, ডাৱৰ বিস্ফোৰণত নিহত ২

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

কেৰালাত দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ মাজতে এইবাৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ হিমাচল প্ৰদেশত। বৃহস্পতিবাৰে পুৱাৰ ভাগত ডাৱৰ বিস্ফোৰণ (Cloudburst in Himachal Pradesh)ৰ ফলত হিমাচলৰ কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হয়। এই পৰ্যন্ত ২ জন লোকৰ মৃত্যু (Two people died) হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। আনহাতে, সন্ধানহীন হৈছে ৫০ জনতকৈ অধিক লোক। হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে পুৱা প্ৰায় ৪.৪০ বজাত এই ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি দল আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি দলে উদ্ধাৰ অভিযান চলাই আছে।

Himachal 1 | ASSAM TIMES POST
হিমাচল প্ৰদেশত বৃহস্পতিবাৰে পুৱাৰ ভাগত ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলৰ কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত

প্ৰথম অৱস্থাত জানিব পৰা গৈছিল যে মাণ্ডীৰ থালটুখাৰ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কমেও ৯ জন লোক সন্ধানহীন (9 missing) হৈ আছে। তাতে এজন লোকৰ মৃত্যু হয়। মাণ্ডীৰ উপ আয়ুক্ত অপূৰ্ব দেৱগনে সংবাদ সংস্থা এএনআইক এজন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। চিমলা জিলাৰ ৰামপুৰৰ সমীপৱৰ্তী সমেজখাৰ অঞ্চলতো ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৯ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

অৱশ্যে বৃহস্পতিবাৰে পুৱা ডাৱৰ বিস্ফোৰণৰ ফলত কিমান ক্ষতি হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: HimachalCloudburstহিমাচলতডাৱৰবিস্ফোৰণ
Share5Tweet3Send

Related Posts

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

by Staff Reporter
May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
May 19, 2025
50
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur
National-International

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

by Staff Reporter
May 19, 2025
50
Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ

India Mango Exporting I আম ৰপ্তানিত বৃহৎ লোকচানৰ সন্মুখীন ভাৰত, আমেৰিকান বিমানবন্দৰৰ পৰা উভতিল বৃহৎ পৰিমাণৰ আম

Child dies inside car I গাড়ীত বহি খেলি খেলি থকাৰ সময়তে মৰ্মান্তিক পৰিণতি চাৰি নাবালক বন্ধুৰ

ADVERTISEMENT
Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ
National-International

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

May 19, 2025
50
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur
National-International

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

May 19, 2025
50
Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ
National-International

Golden Temple I স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ পাকিস্তানৰ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ধ্বংসৰ দাবী ভাৰতীয় সেনাৰ

May 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

Sofia Qureshi । ঘৰিয়ালৰ চকুলো নুটুকিব, কৰ্ণেল ছ’ফিয়াৰ বিষয়ে মন্তব্য কৰা মন্ত্ৰীক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ

May 19, 2025
Supreme Court challenging the automatic disqualification of a MP or MLA:

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

May 19, 2025
Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

Enhanced Security Measures Ahead of the Shirui Lily Festival in Manipur

May 19, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13670) BREAKING NEWS (6481) Business (34) crime (16) cultural (5) Digital Transformation (1) DIPHU (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (1) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2040) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3378) Lifestyle (24) literature (16) National-International (9951) NORTHEAST (848) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d