ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cyber Attack I ভয়ংকৰ চাইবাৰ আক্ৰমণত ব্যাহত দেশৰ ৩০০ ক্ষুদ্ৰ বেংকৰ সেৱা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 1, 2024
Reading Time: 1 min read
A A
0
Cyber crime I দেশৰ চাইবাৰ অপৰাধীৰ সহজ চিকাৰ বয়স্ক আৰু স্মাৰ্টফোনৰ অনভিজ্ঞসকল

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

ভাৰতীয় বেংকিং সেৱাৰ ওপৰত চাইবাৰ আক্ৰমণ (Cyber Crime)। সংবাদ সংস্থা ৰয়টাৰৰ মতে, ‘ৰান্সোমাইৰ’ৰ আক্ৰমণৰ বাবে দেশৰ ৩০০টা ক্ষুদ্ৰ বেংকৰ ধন লেনদেন সেৱা সাময়িকভাৱে ব্যাহত হৈ পৰিছে। উক্ত বেংকসমূহক লেনদেন প্ৰযুক্তি প্ৰদান কৰা কোম্পানী চি-এজ টেকন’লজিৰ বিৰুদ্ধে ৰান্সোমাইৰৰ আক্ৰমণ সংঘটিত হয়।

Cyber Attack I
ভয়ংকৰ চাইবাৰ আক্ৰমণত ব্যাহত দেশৰ ৩০০ ক্ষুদ্ৰ বেংকৰ সেৱা:

ভাৰতীয় ৰিজাৰ্ভ বেংকে অৱশ্যে এই চাইবাৰ আক্ৰমণৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা নাই।বুধবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেচনে এক অধিসূচনা জাৰি কৰি চাইবাৰ আক্ৰমণৰ বিষয়ে অৱগত কৰে।

এন পি চি আইৰ দ্বাৰা পৰিচালিত খুচুৰা লেনদেন ব্যৱস্থাৰ পৰা “চি-এজ টেকন’লজি” সাময়িকভাৱে বিচ্ছিন্ন কৰা হৈছে বুলি তেওঁলোকে কয়। এন পি চি আইয়ে লগতে কয় যে ‘চি-এজ টেকন’লজি’ৰ প্ৰযুক্তি ব্যৱহাৰ কৰি থকা বেংকৰ গ্ৰাহকে অস্থায়ীভাৱে ধন বিনিময় কৰিব নোৱাৰিব। উক্ত বেংকসমূহ দেশৰ ধন লেনদেনৰ নেটৱৰ্ক সেৱাৰ পৰা সাময়িকভাৱে বিচ্ছিন্ন হৈ পৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: দেশৰ ৩০০ ক্ষুদ্ৰ বেংকৰ সেৱাভয়ংকৰ চাইবাৰ আক্ৰমণত ব্যাহত
Share4Tweet3Send

Related Posts

Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

by Staff Reporter
June 13, 2025
53
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

by Staff Reporter
June 13, 2025
54
Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু
National-International

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

by Staff Reporter
June 13, 2025
54
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান
National-International

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

by Staff Reporter
June 13, 2025
52
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

by Staff Reporter
June 13, 2025
53
Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট
National-International

Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

by Staff Reporter
June 13, 2025
53
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
85
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
53
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
54
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
68
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d