অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰবি আংলঙ জিলাৰ (Karbi Anglong) কলা শাখাত ৭৫’০৯ শতাংশ, বাণিজ্য শাখাত ৮৮’০১ শতাংশ আৰু বিজ্ঞান শাখাত ৮৬’১৩ শতাংশ ৷
আনহাতে পশ্ছিম কাৰবি আংলং জিলাৰ কলা শাখাত ৮৬’৫৭ শতাংশ, বাণিজ্য শাখাত ৯২’৫৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ পশ্ছিম কাৰবি আংলং জিলাত বিজ্ঞান শাখা নথকাৰ বাবে কোনো ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱা নাই ৷