মহানগৰীত পুনৰ বাঘৰ আতংক। এইবাৰ গুৱাহাটীৰ ভঙাগড় (Bhangagarh in Guwahati)ত দিন দুপৰতে ওলায় বাঘ (tiger)। যাৰ বাবে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে ভঙাগড়ৰ ইন্দ্ৰপুৰৰ (Indrapur of Bhangagarh) শিলৰ ফাঁকত কেইটামান বাঘৰ পোৱালি আবদ্ধ হৈ থকা প্ৰত্যক্ষ কৰা হয়। পোৱালিকেইটাৰ লগতে মাককো প্ৰত্যক্ষ কৰা হয়।
ইফালে এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। লগতে বন বিভাগৰ লোককো খবৰ দিয়া হয়।