ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cruelty with animal I অমানৱীয়তাৰ চূড়ান্ত নিদৰ্শন, কুকুৰাৰ গোপনাঙ্গত ফটকা ফুটাই আদিম উল্লাস যুৱকৰ দলৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 20, 2023
Reading Time: 1 min read
A A
0
Cruelty with animal I অমানৱীয়তাৰ চূড়ান্ত নিদৰ্শন, কুকুৰাৰ গোপনাঙ্গত ফটকা ফুটাই আদিম উল্লাস যুৱকৰ দলৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

মানুহে যেতিয়া অমানৱীয়তাৰ (Cruelty)  কাম কৰে, তেতিয়া তেওঁলোকক মানৱ নুবুলি দানৱ বোলাটোৱে শ্ৰেয়। এনে জীৱশ্রেষ্ঠ মানৱৰ একাংশৰ নিকৃষ্ট আৰু ঘৃণনীয় কাৰ্যক বিকৃত মানসিকতা বোলাৰ বাহিৰে আন শব্দ নাই। তেনে এক বিকৃত মানসিকতাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

অমানৱীয়তাৰ নিদৰ্শন
কুকুৰাৰ গোপনাঙ্গত ফটকা ফুটাই আদিম উল্লাস যুৱকৰ দলৰ:

যাক প্ৰত্যক্ষ কৰি সকলোৱে লজ্জাবোধ কৰিছে।
নিৰীহ জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম-বেছি পৰিমাণে দেখা যায়। কিন্তু এইবাৰ দীপাৱলীৰ সময়ত এই নিষ্ঠুৰতাই সকলো সীমা চেৰাই যায়। কুকুৰ বা মেকুৰীৰ নেজত ফটকা বান্ধি ফুটুৱাটো এটা চামৰ বাবে এতিয়া অভ্যাসত পৰিণত হৈছে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা ভিডিও এটাত পশু-পক্ষীৰ ওপৰত চলোৱা নিষ্ঠুৰতাৰ জঘন্য দৃশ্য প্ৰকাশ পাইছে।

An unfortunate incident occurred where a hen fell victim to a merciless act in Raha Gaon, Assam.
4 boys inserted a firecracker in her private part and burst it.
The poor hen died a painful death.
Phone numbers: Utpal: 6001544392, Vishal: 9365584601, 8761022370@assampolice pic.twitter.com/CqzNs8mxiN

— BHARAT not I.N.D.I.A (@IAmNixz) November 19, 2023

এই ঘটনা পিছে আন ক’তো নহয়, এইখন অসমতে সংঘটিত হৈছে। এগৰাকী এক্স ইউজাৰে প্ৰকাশ কৰা অনুসৰি ঘটনাৰ স্থান ৰহা। এদল যুৱকে এটা কুকুৰাৰ গোপন অংগত ফটকা ভৰাই দি জুই লগাই আদিম উল্লাস প্ৰকাশ কৰা দেখা গৈছে ভিডিওটোত। এই ভিডিওটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। ভিডিওটো প্ৰকাশৰ পিছতে নেটিজেনসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

সেই বিস্ফোৰণত কুকুৰাটোৰ নিৰ্মম মৃত্যু হয়। নেটপাৰাত প্ৰকাশ পাইছে সেই কৰুণ দৃশ্য।

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: অমানৱীয়তাৰ চূড়ান্ত নিদৰ্শনআদিম উল্লাস যুৱকৰ দলৰকুকুৰাৰ গোপনাঙ্গত ফটকা ফুটাই
Share4Tweet3Send

Related Posts

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

by Staff Reporter
December 8, 2023
50
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
National-International

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

by Staff Reporter
December 8, 2023
50
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

by News Desk
December 8, 2023
50
Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
National-International

Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

by News Desk
December 8, 2023
50
Mother alleged sale daughter : ৪ লাখ টকাত মাতৃয়ে বিক্ৰী কৰিলে কন্যাক, সহায় বিচাৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী
National-International

Mother alleged sale daughter : ৪ লাখ টকাত মাতৃয়ে বিক্ৰী কৰিলে কন্যাক, সহায় বিচাৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী

by News Desk
December 8, 2023
50
China new virus I চীনত বৃদ্ধি পোৱা শিশুৰ নিউমোনিয়াৰ বেক্টেৰিয়া এইবাৰ পোৱা গৈছে ভাৰততো
National-International

China new virus I চীনত বৃদ্ধি পোৱা শিশুৰ নিউমোনিয়াৰ বেক্টেৰিয়া এইবাৰ পোৱা গৈছে ভাৰততো

by Staff Reporter
December 8, 2023
50
ADVERTISEMENT
Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
National-International

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
50
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
National-International

Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

December 8, 2023
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023

Categories

ALL NEWS (17271) Assam (12827) BREAKING NEWS (6434) Business (29) Economy (72) Editorial (11) EDUCATION AND TECHNOLOGY (81) Entertainment (745) Entertrainment (403) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1913) Health & Fitness (616) Jobs & Career (6) KARBI ANGLONG (2819) Lifestyle (23) literature (16) National-International (6702) NORTHEAST (634) Novels (3) Photo (4) Poems (9) Political (111) Recipes (6) Sports News (449) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d