ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুৰ ডাইনী কাণ্ড ! মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

Staff Reporter by Staff Reporter
November 17, 2023
Reading Time: 1 min read
A A
0
ডিফুৰ ডাইনী কাণ্ড ! মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ

ডিফু চহৰৰ দাঁতিকাষৰীয়া কাকতি ৰংহাং অঞ্চলৰ বৰছিং তিমুং গাঁৱত ডাইনীৰ সন্দেহত (Witch-hunting) এটা পৰিয়ালৰ ওপৰত অত্যাচাৰ চলাৰ লগতে পৰিয়ালটোক গাঁও এৰি যাবলৈ বাধ্য কৰা হৈছিল।

ডিফুৰ ডাইনী কাণ্ড !
ডিফুৰ ডাইনী কাণ্ড ! মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ:

গাঁওবাসীয়ে পৰিয়ালটোৰ মুৰব্বী সুৰেণ তেৰাং আৰু তেওঁৰ পত্নীক কণমানি কন্যা শিশুৰ সন্মুখত মাছ ধৰা জালেৰে আবদ্ধ কৰি অত্যাচাৰ কৰাৰ লগতে পৰিয়ালটো ডাইনী বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল। এই বাতৰি লাভ কৰি ডিফু আৰক্ষীয়ে তৎপৰতাৰে নিশাই পৰিয়ালটোক উদ্ধাৰ কৰি ডিফু থানালৈ লৈ আনে।

এই সংক্রান্তত ডিফু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত জোৰদাৰ গতিত আৰম্ভ কৰিছিল।যাৰ বাবে গাঁওখনৰ বহু লোকক আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত এই ডাইনী কাণ্ডৰ মূল অভিযুক্ত আৰু ডাইনী কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী দুজন ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।

ডিফু আৰক্ষীয়ে ১১৪/২৪ গোচৰৰ ভিত্তিৰ আধাৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজন ক্রমে— ৰাজেন্দ্ৰ বে’ (৫৩), আৰু অর্জুন বে’(২৬)। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুয়োজন ব্যক্তি বৰছিং তিমুং গাঁৱৰে বাসিন্দা।

উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰৰ নিশা ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি উক্ত গাঁওখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত এনে অন্ধ বিশ্বাসৰ বিৰুদ্ধে সজাগতা ন সভাও অনুষ্ঠিত কৰিছিল।

 

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: ডিফুৰ ডাইনী কাণ্ড !মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ
Share8Tweet5Send

Related Posts

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ
KARBI ANGLONG

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

by News Desk
December 7, 2023
76
Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
KARBI ANGLONG

Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

by News Desk
December 6, 2023
77
Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ
KARBI ANGLONG

Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ

by News Desk
December 5, 2023
55
Skill Upgradation Workshop : ডিফুত এৰী আৰু ৰেচমৰ বোৱা কটাৰ এদিনীয়া দক্ষতা উন্নীতকৰণৰ কৰ্মশালা
KARBI ANGLONG

Skill Upgradation Workshop : ডিফুত এৰী আৰু ৰেচমৰ বোৱা কটাৰ এদিনীয়া দক্ষতা উন্নীতকৰণৰ কৰ্মশালা

by News Desk
December 4, 2023
56
Diphu Accident I ডিফুৰ সাত মাইল দলঙত দুর্ঘটনাত পতিত হৈ আহত ত্ৰিপুৰাৰ দম্পতী
KARBI ANGLONG

Diphu Accident I ডিফুৰ সাত মাইল দলঙত দুর্ঘটনাত পতিত হৈ আহত ত্ৰিপুৰাৰ দম্পতী

by Staff Reporter
December 4, 2023
88
ব্ৰেকিংঃ ডিফুৰ DMCHৰ পৰা কয়দী পলায়ন
KARBI ANGLONG

ব্ৰেকিংঃ ডিফুৰ DMCHৰ পৰা কয়দী পলায়ন

by Staff Reporter
December 4, 2023
139
ADVERTISEMENT
Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
National-International

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
50
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
National-International

Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

December 8, 2023
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023

Categories

ALL NEWS (17271) Assam (12827) BREAKING NEWS (6434) Business (29) Economy (72) Editorial (11) EDUCATION AND TECHNOLOGY (81) Entertainment (745) Entertrainment (403) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1913) Health & Fitness (616) Jobs & Career (6) KARBI ANGLONG (2819) Lifestyle (23) literature (16) National-International (6702) NORTHEAST (634) Novels (3) Photo (4) Poems (9) Political (111) Recipes (6) Sports News (449) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d