শিলচৰত সংঘটিত দুৰ্ঘটনাত(Road Accident ) নিহত হ’ল তিনি যুৱকৰ। ৰামনগৰ বাইপাছৰ পেছাধৰত দ্ৰুতবেগী বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
নিহত কেইজন হৈছে ৰোহন চৌধুৰী, ছুৱেল খান আৰু কুনাল কৰ। ইয়াৰ লগতে, গুৰুত্বৰভাৱে আহত দীপাংকৰ দত্তক শিলচৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।