নুমলীগড় শোধনাগাৰত দুৰ্ঘটনা, প্ৰচণ্ড অগ্নিকাণ্ড (Fire breaks out at Numaligarh refinery) সংঘটিত হৈছে আজি সন্ধিয়া। প্ৰচণ্ড শব্দৰে হোৱা বিস্ফোৰণৰ কাৰণ হিচাবে হাইড্ৰক্ৰেকাৰ ইউনিটতৰ বিস্ফোৰণ বুলি জানিব পৰা গৈছে। জুয়ে চানি ধৰিছে চৌদিশ। 
Fire Breaks Out At Numaligarh Refinery: