২৩ তম্ "ইণ্টাৰনেচনেল ইণ্ডিয়া ফিল্ম এৱাৰ্ড" (Iifa) ত "শ্ৰেষ্ঠ শব্দ সংমিশ্ৰণ" ৰ শিতানত বঁটা লাভ কৰিছে অসমৰ এগৰাকী সুযোগ্য সন্তান বলয় কুমাৰ দলৈয়ে (Boloy Kumar Doloi)। বিগত ২০২২ চনত মুক্তিপ্ৰাপ্ত <a href="http://"Monica, O My darling"">"Monica, O My darling" নামৰ ছবিখনৰ বাবে এই বঁটা লাভ কৰে অসম সন্তান গৰাকীয়ে।
 [caption id="attachment_101734" align="alignnone" width="640"] Iifa Award ত উজ্বলিল অসম সন্তান:[/caption] 
বলয় কুমাৰ দলৈৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী। বলীউডকে ধৰি টলীউডৰ ছবি সমূহৰ সৈতে জড়িত বলয় কুমাৰ দলৈ। বৰ্তমানলৈকে প্ৰায় ২০০ খনতকৈ অধিক ছবিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে তেওঁ। গুৱাহাটীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা বলয়ে "Film Making and Audio Engineering" ত ডিপ্লমা লাভ কৰি প্ৰতিষ্ঠিত হৈছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। ১৬ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট বলয়ক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।