অহা ১২ জুনৰ পৰা হংকঙত অনুস্থিত হ’বলগীয়া মহিলা এছিয়া কাপ ক্ৰিকেটৰ (Women’s Asia Cup Cricket) বাবে ভাৰতীয়-এ দলত স্থান (Place in The Indian-A Team) লাভ কৰিছে অসমৰ উমা ছেত্ৰী (Uma Chhetri)য়ে।
বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ জীয়ৰী উমা ছেত্ৰী (Kandhulimari village in Bokakhat)। ভাৰতীয় মহিলা জাতীয় দলত স্থান লাভ কৰা উমাৰ এই খবৰে আনন্দিত কৰিছে কৃষিজীৱি পিতৃ লোকবাহাদুৰ ছেত্ৰী আৰু মাতৃ দীপা ছেত্ৰীক।