বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে (Subramanian Swamy) ৰাহুল গান্ধীক (Rahul Gandhi) নতুন পাছপোৰ্ট দিয়াৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে। তেওঁ দাবী কৰে যে ৰাহুল গান্ধীক যদি বিদেশলৈ যোৱাৰ অনুমতি দিয়া হয় তেন্তে নেচনেল হেৰাল্ডৰ (National Herald) তদন্তত বাধা আহিব।
